ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.23 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk নাৰায়ণ কৱচ 0 321 160633 155198 2022-08-11T14:38:37Z 2409:4050:D85:5B9F:CC99:1358:CCBF:3888 wikitext text/x-wiki {{header | title = নাৰায়ণ কৱচ | author = | translator = | section = | previous = | next = | notes = }} :::::::::'''নাৰায়ণ কৱচ''' :::::::::'''শ্ৰীশ্ৰী কৃষ্ণায় নমঃ''' ::::::::::'''শ্লোক''' :::::::শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।
:::::::নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। ।

:::::::নমঃ পঙ্কজানাভায় নমঃ পঙ্কজমালীনে।
:::::::নমঃ পঙ্কজানেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে। ।
:::::::বসুদেৱ সুতং কৃষ্ণ কংসচাণুৰ মৰ্দ্দনং।
:::::::দৈৱকীহৄদয়ানন্দং কৃষ্ণং বন্দে জগদগুৰুম। ।

:::::::::'''নাৰায়ণ কৱচ'''

:::::::শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি।
:::::::বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি। ।
:::::::দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত।
:::::::কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত। ।
:::::::অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই।
:::::::তাক নষ্ট কৰিবাক দিলন্ত উপায়। ।
:::::::নাৰায়ণ কৱচ দিলন্ত বাসৱক।
:::::::যাক পায়া ইন্দ্ৰ সৱে জিনিলা দৈত্যক। ।
:::::::পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
:::::::কৃষ্ণৰ প্ৰসাদে সৱে তাৰিলা বিপত্তি। ।
:::::::হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
:::::::কহিয়ো বান্ধৱ গুৰু মহাভাগৱত। ।
:::::::তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন।
:::::::কৰিয়োক মোক কৃষ্ণ কথা মধু পান। ।
:::::::হৰি কথা ৰসে মোৰ নিমজিল চিত্ত।
:::::::মৰাৰ মুখত যেন ঢালিল অমৃত। ।
:::::::নাৰায়ণ কৱচক পায়া শচীপতি।
:::::::লীলায়ে দৈত্যক জিনি সাধিলা জয়তি। ।
:::::::সেহি কৱচৰ কথা মোত কহিয়োক।
:::::::চৰনে শৰণ লৈলো উদ্ধাৰিয়ো মোক। ।
:::::::ৰাজাৰ বচন শুক ভৈলা আনন্দিত।
:::::::হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত। ।
:::::::পুৰোহিত হুয়া বিশ্বৰূপ মহামতি।
:::::::সাৱধানে পুছে হেন বাসৱক প্ৰতি। ।
:::::::নাৰায়ণ কৱচ কহিলা সাৱচিতে।
:::::::তাক এৱে কহোঁ ৰাজা শুনা একচিত্তে। ।
:::::::বিশ্বৰূপ বদতি শুনিয়ো হৰি হয়।
:::::::যদি আকস্মাত আসি মিলে মহাভয়। ।
:::::::হস্ত পদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
:::::::কুশহস্তে আচমন কৰি মহাসুখে। ।
:::::::মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি।
:::::::শুচি সংযমন হুয়া মাধৱক স্মৰি। ।
:::::::নাৰায়ণ কৱচক কৰিবে ধাৰণ।
:::::::অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ। ।
:::::::পদ জানো উৰুযুগ উদৰ হৃদিত।
:::::::উৰঃস্থলে মূলে শিৰে যথা ক্ৰমোদিত। ।
:::::::প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে।
:::::::ন্যাস কৰিবেক জানা সেহি সৱ আঙ্গে। ।
:::::::দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ।
:::::::ন্যাসিবেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ। ।
:::::::হ্যদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত।
:::::::শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত। ।
:::::::ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন।
:::::::মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন। ।
:::::::আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি।
:::::::এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি। ।
:::::::মোৰ সব্ব ৰক্ষা কৰন্তোক দেব হৰি।
:::::::গৰুৰ পৃষ্ঠত পাদ পদ্ম যুগধৰি।।
:::::::খৰ্গ চম্ৰ শংখ গদা বাণ আৰু পাশ।
:::::::ধনু ধৰি অষ্ট ভূজ জগত নিবাস।।
:::::::জলে জল জন্ত বৰুণৰ পাশ হন্তে।
:::::::মোক ৰাখন্তুক মৎস্য ৰুপি ভগৱন্তে।।
:::::::স্থলে ৰাখন্তুক ত্ৰিবিক্ৰম যেবামণ।
:::::::আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ।।
:::::::দুগম দাৰুণ বন সংকত সংগ্ৰামে।
:::::::মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে।।
:::::::ৰাখন্তক যজ্ঞ ৰুপি বৰাহে পথত।
:::::::যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত।।
:::::::পৰশুৰামে ৰাখন্তক গিৰি শিখৰত।
:::::::শ্ৰীৰামে লক্ষ্মণে ৰাখন্তক প্ৰবাসত।।
:::::::অভিচাৰ মন্ত্ৰ যত আনো প্ৰমোদত।
:::::::নাৰায়ণে তাত মোক ৰাখন্ত সতত।।
:::::::গৰ্ভত ৰাখন্ত মোক নৰ কৃপাময়।
:::::::যোগভ্ৰষ্ট হন্তে ৰাখন্তক দত্তাত্ৰেয়।।
:::::::কপিলে ৰাখন্ত মোক কৰ্মযে বন্ধনত।
:::::::সনতকুমাৰে মোক ৰাখন্ত কামত।।
:::::::দেব হেলনত ৰাখন্তক হয়গ্ৰীৱ।
:::::::কৃষ্ণ পূজা চিদ্ৰত ৰাখন্তক সদাশিৱ।।
:::::::নৰকত হন্তে ৰাখন্তক কুৰ্ম্মহৰি।
:::::::অপথ্য ভূজনে ৰাখন্তক ধননতৰি।।
:::::::ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত।
:::::::ঋষভ ঈশ্বৰে মোক ৰাখন্ত সতত।।
:::::::যজ্ঞে ৰাখন্তক মোক লোক কলংকত।
:::::::বলোভদ্ৰে ৰাখন্তক দুৰ্ঘত কালত।।
:::::::অনন্তে ৰাখন্ত মোক সৰ্পৰ বিষত।
:::::::ভগৱন্ত ব্যাসে ৰাখন্তক অজ্ঞানত।।
:::::::বুদ্ধে ৰাখন্তক পাষণ্ডৰ বিবাদত।
:::::::কল্কি ৰাখন্তক কলিমল পাতকত।।
:::::::প্ৰভাতত শংঙ্খ ধৰি ৰাখন্ত কেশবে।
:::::::ধেনু ধৰি গোবিন্দে ৰাখন্ত আসংগবে।।
:::::::পুৰ্ব্বাহ্নে ৰাখন্ত গদা ধৰি নাৰায়ণে।
:::::::চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্ত মধ্যদিনে।।
:::::::অপৰাহ্ণে মধুৰিপু ধৰি উগ্ৰ ধনু।
:::::::সায়হ্ণে মাধৱে মোক ৰাখন্তোক পুনু।।
:::::::সন্ধ্যা কালে হৃষীকেশ ৰাখন্তোক মোক।
:::::::অৰ্দ্ধৰাত্ৰি কালে পদ্মনাভে ৰাখন্তক।
:::::::পাছৰাত্ৰি ৰাখন্তক শ্ৰীব্তসলাঞ্ছন।।
:::::::প্ৰতুষ কালে খড়্গ ধৰি ৰাখে জনাৰ্দন।
:::::::উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে।
:::::::ভগবন্ত কাল মুৰ্তি যিটো বিশ্বেশ্বৰে।।
:::::::প্ৰলয় অগনি সম চক্ৰ তীক্ষ্ম ধাৰ।
:::::::মাধৱৰ আদেশে ভ্ৰমিও নিৰন্তৰ।।
:::::::দহিয়ো দহিয়ো মোৰ শত্ৰু সেনা যত।
:::::::শুকান বনক বহ্নি দহে যেন মত।।
:::::::হে কৌমুদকদী গদা মাধৱৰ প্ৰিয়া।
:::::::গোবিন্দৰ দাস ভৈলো কৰিওক দয়া।।
:::::::ব্ৰজতো অধিক দৃঢ় দেখি হোৱে ভীত।
:::::::যক্ষ ৰাক্ষস আদিযত কৰা চূৰ্ণীকৃত।।
:::::::হে পাঞ্চজন্য মাধৱৰ প্ৰিয় শংখ।
:::::::মোৰ শত্ৰু গণৰ লগায়ো হৃদি তংক।
:::::::প্ৰেত পিশাচক ঘোৰ যক্ষ ৰাক্ষসক ।
:::::::চণ্ড নাদ কৰি সবে খেদায়ো দূৰক।।
:::::::শুনিয়ো নন্দক খৰ্গ বৰ তীক্ষ্ম ধাৰ।
:::::::প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ।।
:::::::হে শত চন্দ্ৰ চৰ্ম প্ৰিয় মাধবৰ।
:::::::ঢাকিওক চক্ষুছয় শত্ৰু কতকৰ।।
:::::::দুষ্ট গ্ৰহ গণ হন্তে মিলে যিটো ভয়।
:::::::সৰ্প ব্যাঘ ভূতাদিত যিবা ভয় হয়।।
:::::::শ্ৰী কৃষ্ণ নামৰূপ অষ্টৰ কীৰ্ত্তনে।
:::::::সবে ৰিষ্ট নষ্ট মোৰ হৌক এতিক্ষণে।।
:::::::বেদময় গৰুৰ কৃষ্ণৰ মুখ্য যান।
:::::::সমষ্ট দুখৰ মোক কৰা পৰিত্ৰাণ।।
:::::::আপোনাৰ নামে বিশ্বক সেন ভগৱন্তে।
:::::::ৰক্ষা কৰন্তক মোক মহাদু:খ হন্তে।।
:::::::মাধৱৰ নাম ৰুপ আয়োধ বাহন।
:::::::পাৰিষদ গণ আৰু যতেক বাহন।।
:::::::মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰীয় গণ যত।
:::::::ইসবক ৰাখিয়োক সৰ্ব আপদত।।
:::::::স্থুল সুম্খ প্ৰাণী যত আছে সংসাৰত।
:::::::ঈশ্বৰেসে হুয়া যেবে আছে স্বৰূপত।।
:::::::এহিসব মোৰ যত উপদ্ৰৱ মানে।
:::::::সবে নষ্ট হৌক কৃষ্ণনাম সুমৰণে।।
যেবে স্বৰূপত এক নিৰ্বিকল্পে হৰি। মায়ায়ে ভূষণ আদি ৰুপ আছে ধৰি।। সেহি সত্যে সৰ্ব্বজ্ঞ ঈশ্বৰে সদা মোক। সৰ্বস্হানে সৰ্ব ৰুপে ৰক্ষা কৰন্তক।। অৰ্দ্ধে উৰ্দ্ধে দশোদিশে বাহ্য অভ্যন্তৰে। পুনো নৰসিংহে ৰাখন্তক নিৰন্তৰে।। যাৰ নাদে লোকৰ গুছাইলা সবে ভয়। নিজ তেজে সবাহাৰ তেজ কৈলা ক্ষয়।। বিশ্বৰূপ বদতি শুনিয়ো হৰি হয়। এহি দিব্য নাৰায়ণ কবছ দুৰ্জয়।। কহিলো তোমাত আক ধৰিও হৰিষে। জিনিবাহা অপ্ৰয়আসে দৈত্যক নিশেষে।। এহি কবচক যিটো কৰিয়া ধাৰণ। যাক যাক প্ৰতি কৰে চক্ষুয়এ দৰ্শন।। চৰনে বা কদাচিত পৰশ কৰয়। সিয়ো জন সবে জানা ভয় মুক্ত হয়।। ৰাজ ভয় বৈৰীভয় গ্ৰহভয় যত। আদি ব্যাধি আদি যত আছে সংসাৰত।। কিছুৱে নাপাৱে তাক জানিবা নিশ্চয়। এই মহাবিদ্যা যিটো হৃদয়ে ধৰয়।। পূৰ্বে এক আছিলা কৌশিক নামে ঋষি। তেহো মহাবিদ্যা ইটো ধৰিলা হৰিষি।। মৰুভূমি মাজে তেহো প্ৰাণক চাৰিলা। বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা।। একদিনা চিত্ৰৰথ গন্ধবৰ পতি। অপেশুৰা গণ সমে ৰথে কৰে গতি।। কৌশিকৰ অস্হিছয় যত আছে পৰি। তাহাৰ উপৰে গৈল দিব্য ৰথ ছৰি।। সেহি দোষে পূণ্যক্ষয় ভৈলা সেহিকালে। ৰথ সমে অধোমুখে পৰিল নিধালে।। পৃথিৱীত পৰি দুখে কৰে হাহাকাৰ। কোন দোষে হেন গতি ভৈলেক আমাৰ।। পাছে বাল্যখিল্য ঋষি সকলে কহিলা। বৈষ্ণৱৰ অস্হিৰ উপৰে উৰি গৈলা।। আউৰ তযু ৰথ নচলিব স্বৰ্গপথ। দেখা বৈষ্ণৱৰ কেনে তেজৰ সামৰ্থ।। এবেহেন কৰা অস্হিচয় তুলি লোৱা। সৰস্বতী জলে নিয়া আপুনি লগোৱা।। তেবে সেহি পূণ্য ইটো পাপ হৈব ক্ষয়। এহিৰথে চৰি যাইবা স্বৰ্গৰ নিলয়।। শুনি চিত্ৰৰথে বাল্যখিল্যৰ বচন। শিৰে তুলি লৈল বৈষ্ণৱৰ অস্হিগণ।। ভক্তি ভাবে লগাই সৰস্বতী জলত। স্বৰ্গে লৰি গৈল চৰি দিব্য বিমানত।। শুকনিগ দতি শুনা অভিমন্যু সুত। নাৰায়ণ কবচক মহিমা অদভূত।। যিটো ইটো কবচক শুনে একমন। যদিবা আদৰ ভাবে কৰয় ধাৰন।। তাহাঙ্ক সমস্ত প্ৰাণী কৰয় বন্দন। সকলো ভয়ত সিটো হোৱয় মোচন।। বিশ্ব ৰূপ ব্ৰাহ্মণৰ হস্তে মহামতি। এহি মহাবিদ্যাক জানিয়া সুৰপতি।। অসুৰ সবক জিনি ঘোৰ সমৰত। ত্ৰৈলোক্যৰ লক্ষীক ভূঞ্জিলা অব্যাহত।। ইটো কথা এহিমানে ভৈল সমাপতি। মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি।। কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম। পাতক ছাৰোক দাকি বোলা ৰামৰাম।। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম।। [[Category:ধৰ্মগ্ৰন্থ]] qiyogh4seenpuckkwd3vp0inn2vlxyk সূচী:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf 106 58276 160647 155866 2022-08-11T19:23:44Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক |Language=as |Volume= |Author=গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ |Co-author1= |Co-author2= |Co-author3= |Translator=প্ৰশান্ত কুমাৰ দাস |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আঁক-বাক |Address=গুৱাহাটী |Year=2015 |Key= |ISBN=978-93-85-934-04-9 |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 4="প্ৰকাশন" 2to3="শিৰোনাম পৃষ্ঠা" 3="প্ৰথম পৃষ্ঠা" 5="উছৰ্গা" 6to9="কৃতজ্ঞতা" 7to9="পাতনি" 10to14="ভূমিকা" 14="-" 15="15" 95="-" 96="বেটুপাতৰ দ্বিতীয় পৃষ্ঠা" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer={{rh||{{{pagenum}}}|}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা লেখা]] [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] jsslkis9qgudgg12dscbr9rsc56vtf5 সূচী:অকণি বীৰাংগনা কনকলতা.pdf 106 58505 160650 155937 2022-08-11T19:26:43Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=অকণি বীৰাংগনা কনকলতা |Language=as |Volume= |Author=নীলিমা বৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address=গুৱাহাটী, অসম |Year=2014 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="কিতাপৰ নাম" 3="প্ৰকাশন" 4=" এষাৰ" 5="4" 25="লেখিকা-পৰিচয়" 7="6" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] [[শ্ৰেণী:অসমীয়া গ্ৰন্থ]] [[শ্ৰেণী:শিশু সাহিত্য]] rslfuh8yu5i4hn5q3z0w9t9xyzkubvt সূচী:সম্ভৱতঃ.pdf 106 58511 160651 156631 2022-08-11T19:28:30Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=সম্ভৱতঃ |Language=as |Volume= |Author=গীতালি বৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বীণাপাণি |Address=গুৱাহাটী |Year=2006 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="উছৰ্গা" 4="কৃতজ্ঞতা" 5="ভূমিকা" 6="সূচীপত্ৰ" 7="9" /> |Volumes= |Remarks= |Notes=কিতাপখন স্কেন কৰোঁতে বোধহয় উকা পৃষ্ঠাৰ স্কেন কৰা হোৱা নাই। সেয়ে ৭ আৰু ৮ নং পৃষ্ঠাটো নাই। |Width= |Css= |Header= |Footer={{rh||সম্ভৱতঃ ● {{{pagenum}}}|}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] r2055zukj1muelahjvlw2p75opf9goo সূচী:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf 106 58639 160649 160114 2022-08-11T19:25:42Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি |Language=as |Volume= |Author=অনিমা গুহ |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বনফুল প্ৰকাশন |Address=গুৱাহাটী |Year=2009 |Key= |ISBN=৯৭৮-৮১-৯০৯৫২৩-০-৯ |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1to2="বেটুপাত" 3="প্ৰথম পৃষ্ঠা" 4="প্ৰকাশন" 5="উছৰ্গা" 6="লেখকৰ ফটো" 7="7" 202to203="বেটুপাতৰ শেষ পৃষ্ঠা" 201="-" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer={{rh|||জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /{{{pagenum}}}}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] c4xxgmn02q45rd9y07kmtu5oy21jrpg সূচী:অনিমা গুহ.pdf 106 58640 160653 159944 2022-08-12T06:19:48Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=বাকীছোৱা জীৱন |Language=as |Volume=স্মৃতিকথাৰ দ্বিতীয় ভাগ |Author=ড° অনিমা গুহ |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বনফুল প্ৰকাশন |Address=গুৱাহাটী |Year=2012 |Key= |ISBN=৯৭৮-৯৩-৮১৭১০-০৯-৮ |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 372="বেটুপাত" 371="-" 1="বেটুপাত" 2="-" 3="বেটুপাত" 4to5="প্ৰকাশন" 6="উছৰ্গা" 7to8="লেখকৰ একাষাৰ" 9to10="প্ৰকাশকৰ একলম" 11to12="সূচীপত্ৰ" 13="ছবি" 14="প্ৰথম পৃষ্ঠা" 15="14" 265="-" 266="264" /> |Volumes= |Remarks= |Notes=১৫১ আৰু ১৭৩ পৃষ্ঠাৰ প্ৰতিলিপিত কিছু আসোঁৱাহ থকালৈ লক্ষ্য কৰি পৃষ্ঠা দুটা মূল কিতাপৰ পৰা চাই চাই লিখা হ'ল। |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] fqzf98ch1mso6kqb0c3abhvpzb6q4jo সূচী:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf 106 58757 160648 157304 2022-08-11T19:24:55Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা |Language=as |Volume= |Author=সৌৰভ কুমাৰ চলিহা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ |Address= |Year=2018 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="শীৰ্ষক" 3="-" 5="প্ৰকাশন" 6="সূচীপত্ৰ" 7="-" 8="7" 4="প্ৰথম পৃষ্ঠা" 75="বেটুপাতৰ শেষ পৃষ্ঠা" 74="-" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer={{rh|||চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা<<{{{pagenum}}}}} }} j4sm5g4zl6skcdsamx0mxq56n3e08uv 160658 160648 2022-08-12T07:34:21Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা |Language=as |Volume= |Author=সৌৰভ কুমাৰ চলিহা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ |Address= |Year=2018 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="শীৰ্ষক" 3="-" 5="প্ৰকাশন" 6="সূচীপত্ৰ" 7="-" 8="7" 4="প্ৰথম পৃষ্ঠা" 75="বেটুপাতৰ শেষ পৃষ্ঠা" 74="-" /> |Volumes= |Remarks={{পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬}} |Notes= |Width= |Css= |Header= |Footer={{rh|||চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা<<{{{pagenum}}}}} }} 4ms9rhjyea2bf9bh5el7ehsngcjhn7t সূচী:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf 106 59202 160646 157254 2022-08-11T19:22:38Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ |Language=as |Volume= |Author=গুণাভিৰাম বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=অসম প্ৰকাশন পৰিষদ |Address=গুৱাহাটী |Year=1971 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="-" 3="শীৰ্ষক" 4="প্ৰথম পৃষ্ঠা" 5="প্ৰকাশন" 6="1" 187="বেটুপাতৰ শেষ পৃষ্ঠা" 185to186="-" 41="35" 40="সংশোধন কৰিব নালাগে।" /> |Volumes= |Remarks= |Notes=৩৪ নং পৃষ্ঠাটো দুবাৰ অছে। |Width= |Css= |Header= |Footer= }} qq00cp6cj9fbvwvjwjdtshegx6cqbhx পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬ 104 59206 160657 160570 2022-08-12T07:33:58Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|4em}} {| align="center" width="80%" |{{larger|'''সূচী'''}} |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে|সম্পাদকীয়ৰ পৰিৱৰ্তে]] || {{ts|ar}} |৭ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/স্বাধীন অসম ‘ইউট’পীয়া’ নহয়|স্বাধীন অসম ‘ইউট’পীয়া’ নহয়]] || {{ts|ar}} |১৩ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/আমি স্বাধীন অসমৰ প্ৰয়াসী|আমি স্বাধীন অসমৰ প্ৰয়াসী]] | {{ts|ar}} |২৬ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ|বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ]] | {{ts|ar}} |৩৩ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/আকৌ অসম বন্ধ!|আকৌ অসম বন্ধ!]] | {{ts|ar}} |৩৭ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/শ্ল’গানেৰে বিদেশী বহিষ্কৃত নহয়|শ্ল’গানেৰে বিদেশী বহিষ্কৃত নহয়]] | {{ts|ar}} |৪৪ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/নিঃশব্দ অভিযান|নিঃশব্দ অভিযান]] | {{ts|ar}} |৫৭ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/নিষ্প্রদীপ নকৰিবলৈ গোহাৰি|নিষ্প্রদীপ নকৰিবলৈ গোহাৰি]] | {{ts|ar}} |৬১ |- ||❐ [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/থামক!|থামক!]] | {{ts|ar}} |৬৪ |- |}<noinclude></noinclude> lohnayzw897hjquc8zg194v3nod5arm পৃষ্ঠা:অনিমা গুহ.pdf/৪ 104 59287 160666 158188 2022-08-12T09:38:55Z Kuldhar Rabha 1858 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kuldhar Rabha" /></noinclude>{{Dhr|2em}} {{Center|{{X-larger|'''বাকীছোৱা জীৱন'''}}}} {{Center|(স্মৃতিকথাৰ দ্বিতীয় খণ্ড)}} {{Dhr|6em}} {{Center|'''ড॰ অনিমা গুহ'''}} {{Dhr|6em}} {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 4 |bSize = 425 |cWidth = 86 |cHeight = 55 |oTop = 430 |oLeft = 170 |Location = center |Description = }} {{center|'''বনফুল প্ৰকাশন'''
হেমচন্দ্ৰ বৰুৱা পথ
পাণবজাৰ, গুৱাহাটী-১}} {{nop}}<noinclude></noinclude> mnh4sjso7ajmy6d5yth7jtv5ptjq0uu পৃষ্ঠা:অনিমা গুহ.pdf/১২ 104 59425 160656 157743 2022-08-12T07:29:43Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
[[অনিমা গুহ/কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি|কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি]]–{{gap}}১৩৪

[[অনিমা গুহ/কলকাতাৰ পৰা গুৱাহাটীলৈ|কলকাতাৰ পৰা গুৱাহাটীলৈ]]–{{gap}}১৩৫

[[অনিমা গুহ/জীৱনে নতুন মোৰ ল'লে|জীৱনে নতুন মোৰ ল'লে]]–{{gap}}১৩৯

[[অনিমা গুহ/হঠাতে সৌভাগ্যৰ আগমন|হঠাতে সৌভাগ্যৰ আগমন]]–{{gap}}১৪৩

[[অনিমা গুহ/হিংসাত উন্মত্ত পৃথিৱী|হিংসাত উন্মত্ত পৃথিৱী]]–{{gap}}১৫৬

[[অনিমা গুহ/তিমি মাছ বিচাৰি আটলান্টিক মহাসাগৰত|তিমি মাছ বিচাৰি আটলান্টিক মহাসাগৰত]]–{{gap}}১৬৭

[[অনিমা গুহ/নানা কামত সাঙোৰ খাই পৰিলো|নানা কামত সাঙোৰ খাই পৰিলো]]–{{gap}}১৭৪

[[অনিমা গুহ/নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ|নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ]]–{{gap}}২০৮

[[অনিমা গুহ/মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে|মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে]]–{{gap}}২১৬

[[অনিমা গুহ/অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক|অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক]]–{{gap}}২২১

[[অনিমা গুহ/খেনোৱে কয় মই হেনো প্ৰো-আমেৰিকান আৰু প্ৰো বাঙালী|খেনোৱে কয় মই হেনো প্ৰো-আমেৰিকান আৰু প্ৰো বাঙালী]]–{{gap}}২২৩

[[অনিমা গুহ/চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদৰ্শন দেখিলো : হলেণ্ডত|চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদৰ্শন দেখিলো : হলেণ্ডত]]–{{gap}}২৯২

[[অনিমা গুহ/অন্তৰত খুন্দা মৰা কথাৰে|অন্তৰত খুন্দা মৰা কথাৰে]]–{{gap}}২৯৬

[[অনিমা গুহ/ইটো সিটো কথাৰে|ইটো সিটো কথাৰে]]–{{gap}}৩০০

[[অনিমা গুহ/একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ|একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ]]–{{gap}}৩০৬

[[অনিমা গুহ/নষ্টালজিয়া|নষ্টালজিয়া]]–{{gap}}৩০৮

[[অনিমা গুহ/মোৰ যদি দুখন পাখি থাকিলহেঁতেন|মোৰ যদি দুখন পাখি থাকিলহেঁতেন]]–{{gap}}৩১৭

[[অনিমা গুহ/‘A Jewel of India' মণিপুৰলৈ|‘A Jewel of India' মণিপুৰলৈ]]–{{gap}}৩১৮

[[অনিমা গুহ/মেকমোহন লাইনৰ ওচৰলৈ|মেকমোহন লাইনৰ ওচৰলৈ]]–{{gap}}৩৩০

[[অনিমা গুহ/চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি|চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি]]–{{gap}}৩৪৪

[[অনিমা গুহ/মোৰ পৰিয়াল|মোৰ পৰিয়াল]]–{{gap}}৩৫০

[[অনিমা গুহ/শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ|শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ]]–{{gap}}৩৬১
<noinclude></noinclude> 0l84uic3m1xwlacdlgqhxowgh0uz2qc পৃষ্ঠা:অনিমা গুহ.pdf/১১ 104 59426 160654 157744 2022-08-12T07:04:45Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> '''সূচীপত্ৰ'''
[[অনিমা গুহ/কল্লোলিনী কলকাতাত|কল্লোলিনী কলকাতাত]]–{{gap}}১৩

[[অনিমা গুহ/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]]–{{gap}}২১

[[অনিমা গুহ/জৰুৰীকালীন অৱস্থা|জৰুৰীকালীন অৱস্থা]]–{{gap}}২৮

[[অনিমা গুহ/ভূপেন হাজৰিকাৰ সান্নিধ্যত|ভূপেন হাজৰিকাৰ সান্নিধ্যত]]–{{gap}}৩৩

[[অনিমা গুহ/এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত|এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত]]–{{gap}}৪০

[[অনিমা গুহ/প্ৰতিবন্ধকতা|প্ৰতিবন্ধকতা]]–{{gap}}৪৮

[[অনিমা গুহ/পুত্ৰহন্তা মাতৃ|পুত্ৰহন্তা মাতৃ]]–{{gap}}৪৯

[[অনিমা গুহ/পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা|পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা]]–{{gap}}৫২

[[অনিমা গুহ/এইবাৰ নাওখন কোন ঘাটত|এইবাৰ নাওখন কোন ঘাটত]]–{{gap}}৫৯

[[অনিমা গুহ/পুনৰ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াত|পুনৰ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াত]]–{{gap}}৬১

[[অনিমা গুহ/ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ|ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ]]–{{gap}}৭০

[[অনিমা গুহ/জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ|জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ]]–{{gap}}৭১

[[অনিমা গুহ/কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত|কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত]]–{{gap}}৮৪

[[অনিমা গুহ/বাংলাদেশলৈ|বাংলাদেশলৈ]]–{{gap}}৮৫

[[অনিমা গুহ/দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন|দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন]]–{{gap}}৯৮

[[অনিমা গুহ/বিদ্বজনৰ সান্নিধ্যত|বিদ্বজনৰ সান্নিধ্যত]]–{{gap}}১০১

[[অনিমা গুহ/জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্ৰা|জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্ৰা]]–{{gap}}১০৮

[[অনিমা গুহ/হোম ছুইট হোম|হোম ছুইট হোম]]–{{gap}}১১৫

[[অনিমা গুহ/বাংময় হৈ উঠে ইতিহাস|বাংময় হৈ উঠে ইতিহাস]]–{{gap}}১১৮

[[অনিমা গুহ/জোড়াসাঁকোৰ ঠাকুৰবাড়ীত|জোড়াসাঁকোৰ ঠাকুৰবাড়ীত]]–{{gap}}১২২

[[অনিমা গুহ/এতো ভংগ বংগদেশ তবু ক’ত ৰংগ|এতো ভংগ বংগদেশ তবু ক’ত ৰংগ]]–{{gap}}১৩০

[[অনিমা গুহ/গয়া দৰ্শন|গয়া দৰ্শন]]–{{gap}}১৩২
<noinclude></noinclude> albttxjx44poj08x1rtkzpn5dpiufc9 পৃষ্ঠা:অনিমা গুহ.pdf/১৫২ 104 59552 160634 158244 2022-08-11T18:21:36Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="2" user="Anamika baruah" /></noinclude>থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়! অন্তৰ্গত ছোৰ পহাৰ অলাত আজকে বই হত ভাইই সৰ্বেদৰ গভীত সবিহলৈ মাজে মাজে হেলেন সৌভয়াৰ প্ৰতীক হয়েৰ সোলী হই আহে আমাৰ লাভ কৰাউন বোৱা ৰাম শহৰ হইবে পাই আমি গাড়ী ৰখাই সিহঁত দুটক ব্ৰকৈ বিচাৰৰল, ই যুক্তিৰে ভাবি চলে এইৱেৰ কিন্তিতে এতে এটি লৈ গৈছিল উলি কেন শামৰ শ্লট (Netfffew her ইয়াৰে এটা অম্লত বৰ্তমানে অৰ্থাৎই যেৱৰ আছিল ইতিহাস ই স প্ৰদ অন্তৰ আছে নম শুভ বাই চাহ খান নছিলে যেইট ৰঙ ই প্ৰসাদৰ আৰু এই প্ৰসদসে আছি ১৫৮৭)। মেৰিৰ প্ৰসাদ শুই জৰ্জ মৰি উঠছল {{gap}}ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ কমেৰ আছিল সৰু কাটক নষ্টলৰ লাভ অভিয়-চল হেৱত তেওঁ ইংলেণ্ডলৈ লই যায় ১৫৬৭ তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম ে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অবশেষত এলি মেৰি তুই হই {{gap}}এনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী<noinclude></noinclude> 59nmgwkc9ea68hoyw8m7ygvczzygdrb 160644 160634 2022-08-11T19:03:43Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়! {{gap}}স্কটলেণ্ডবাসীৰ পুৰণি বিশ্বাস নেফী ( Neffie ) নামৰ এটা সাগৰীয় দৈত্য ( Sea monster ) ইয়াৰে কোনোবা এটা লকত বাস কৰে। সাধাৰণতে ই অদৃশ্য হৈয়ে থাকে, কাচিৎ কেতিয়াবা দৃশ্যমান হয়। আমাৰ ভাগিনী ৰূপাই হেনো তালৈ এবাৰ ফুৰিবলৈ যাওঁতে তাক দেখিছে। এনেধৰণৰ বিশ্বাস বহু ঠাইত আছে। অৰুণাচলৰ অন্তৰ্গত ছে-লাৰ পাহাৰত কোলাত আলফুলকৈ বৰ্তি থকা পেৰাডাইছ সৰোবৰৰ পানীত সাঁতুৰিবলৈ মাজে মাজে হেনো সৌভাগ্যৰ প্ৰতীক এযোৰ সোণালী হাঁহ আহে। আমাৰ লগত তাৱাঙলৈ যোৱা ৰাম নামৰ ডেকাজনে হাঁহযোৰ দেখা পালেই। আমি গাড়ী ৰখাই সিহঁত দুটাক বৰকৈ বিচাৰিলো, ফটা কপালত দৰ্শন নিমিলিল। যুক্তিৰে ভাবি চালো এইবোৰ কিংবদন্তিহে। {{gap}}এ্যন এদিন গৈছিল স্‌টাৰ্লিং কেছ্‌ল নামৰ সম্ৰাট-সম্ৰাজ্ঞীসকলৰ প্ৰাসাদ এটালৈ। ইয়াৰে এটা অংশত বৰ্তমানে (অৰ্থাৎ মই যোৱাৰ সময়ত) এখন ৰেস্তোৰাঁ আছে। নাম হুইটশ্বীফ কেটাৰিং। তাত বহি চাহ খাবৰ সময়ত জনা নাছিলো যে ই এটা ৰাজ প্ৰাসাদৰ অংশ আৰু এই প্ৰাসাদটো আছিল স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰিৰ (১৫৪২-১৫৮৭)। মেৰিৰ প্ৰাসাদ! শুনিয়ে মই চকীখনৰ পৰা জাঁপ মাৰি উঠিছিলো। {{gap}}ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰি আছিল নিষ্ঠাৱান কেথলিক ধৰ্মী। প্ৰটেষ্টাণ্ট লৰ্ডসকলৰ লগত কাজিয়া-পেচাল হোৱাত তেওঁ ইংলেণ্ডলৈ পলাই যায় ১৫৬৭ চনত। তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অৱশেষত এদিন মেৰি, কুইন অফ্‌ স্কট্‌ছৰ শিৰচ্ছেদ কৰা হয় লণ্ডনত। {{gap}}এ্যনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী<noinclude></noinclude> t1jfzhbdk6ia81x393dv2n52ruciic2 160645 160644 2022-08-11T19:04:45Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়! {{gap}}স্কটলেণ্ডবাসীৰ পুৰণি বিশ্বাস নেফী ( Neffie ) নামৰ এটা সাগৰীয় দৈত্য ( Sea monster ) ইয়াৰে কোনোবা এটা লকত বাস কৰে। সাধাৰণতে ই অদৃশ্য হৈয়ে থাকে, কাচিৎ কেতিয়াবা দৃশ্যমান হয়। আমাৰ ভাগিনী ৰূপাই হেনো তালৈ এবাৰ ফুৰিবলৈ যাওঁতে তাক দেখিছে। এনেধৰণৰ বিশ্বাস বহু ঠাইত আছে। অৰুণাচলৰ অন্তৰ্গত ছে-লাৰ পাহাৰত কোলাত আলফুলকৈ বৰ্তি থকা পেৰাডাইছ সৰোবৰৰ পানীত সাঁতুৰিবলৈ মাজে মাজে হেনো সৌভাগ্যৰ প্ৰতীক এযোৰ সোণালী হাঁহ আহে। আমাৰ লগত তাৱাঙলৈ যোৱা ৰাম নামৰ ডেকাজনে হাঁহযোৰ দেখা পালেই। আমি গাড়ী ৰখাই সিহঁত দুটাক বৰকৈ বিচাৰিলো, ফটা কপালত দৰ্শন নিমিলিল। যুক্তিৰে ভাবি চালো এইবোৰ কিংবদন্তিহে। {{gap}}এ্যন এদিন গৈছিল স্‌টাৰ্লিং কেছ্‌ল নামৰ সম্ৰাট-সম্ৰাজ্ঞীসকলৰ প্ৰাসাদ এটালৈ। ইয়াৰে এটা অংশত বৰ্তমানে (অৰ্থাৎ মই যোৱাৰ সময়ত) এখন ৰেস্তোৰাঁ আছে। নাম হুইটশ্বীফ কেটাৰিং। তাত বহি চাহ খাবৰ সময়ত জনা নাছিলো যে ই এটা ৰাজ প্ৰাসাদৰ অংশ আৰু এই প্ৰাসাদটো আছিল স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰিৰ (১৫৪২-১৫৮৭)। মেৰিৰ প্ৰাসাদ! শুনিয়ে মই চকীখনৰ পৰা জাঁপ মাৰি উঠিছিলো। {{gap}}ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰি আছিল নিষ্ঠাৱান কেথলিক ধৰ্মী। প্ৰটেষ্টাণ্ট লৰ্ডসকলৰ লগত কাজিয়া-পেচাল হোৱাত তেওঁ ইংলেণ্ডলৈ পলাই যায় ১৫৬৭ চনত। তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অৱশেষত এদিন মেৰি, কুইন অফ্‌ স্কট্‌ছৰ শিৰচ্ছেদ কৰা হয় লণ্ডনত। {{gap}}এ্যনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/''' ১৫১'''}}</noinclude> 091xolfz3bau6d77cklk8l7mkfd5exw পৃষ্ঠা:অনিমা গুহ.pdf/১৭৪ 104 59570 160652 157941 2022-08-12T06:14:57Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>খাওঁতে বৰ্জন নকৰি উপায় নাই। ঠেংবোৰৰ খোলা ভাঙি ভিতৰৰ সুস্বাদু সাহখিনি খাবলৈ প্লেটৰ কাষত ৰাখে একোখনকৈ চেপেনা। দাঁত-মুখ নিকটাই ৰাক্ষসিনীৰ দৰে লৱষ্টাৰ ভক্ষণৰ দৃশ্য জয়ে ভিডিঅ’ কেমেৰাত বন্দী কৰি নিছিল। খাই উঠাৰ পাছত কাপোৰে-কানিয়ে, চকুৱে-মুখে লৱষ্টাৰ খোৱাৰ চিন থাকি যায়, মজিয়াখনো লেতেৰা হয়। তাৰ বাবে গাঁৱলীয়া ভাৰতবাসী বুলি কোনেও কোৱা নাছিল। লৱষ্টাৰ খোৱাৰ এইটোৱে ৰীতি। {{gap}}কেপকডৰ অনতিদূৰত মাৰ্থাজ ভাইন য়াৰ্ড এটা সৰু দ্বীপ। জহকালি ছুটীৰ দিনবোৰ কটাবলৈ ইয়াত বহুত মানুহৰ সমাগম হয়। প্ৰাক্তন প্ৰেছিডেণ্ট বিল ক্লিনটনে আমেৰিকাবাসীৰ আগত মনিকা লিউনিস্কি সম্পৰ্কীয় অপৰাধ টিভিৰ মাধ্যমেৰে স্বীকাৰ কৰি পিছদিনাই পৰিয়ালৰ সৈতে নিভৃতে কটাবলৈ মাৰ্থাছ ভাইন য়াৰ্ডলৈ আহিছিল। হিলাৰী ক্লিনটন এগৰাকী নাৰীবাদী মহিলা। অনেকে ভাবিছিল বিশ্বাসঘাতকতাৰ অপৰাধত হিলাৰীয়ে ক্লিনটনক ত্যাগ কৰিব। কিন্তু তেওঁ সতীসাধ্বী তিৰোতাৰ দৰে সেইজনাৰ লগতে থাকিল। মাজে মাজে ভাবো তেওঁ ক্ষমাশীলা নে কাৰণ আন কিবা। হিলাৰী এগৰাকী উচ্চাকাংক্ষী মহিলাও। তেওঁৰ ৰাজনৈতিক জীৱনৰ লক্ষ্য হোৱাইট হাউছ। আমেৰিকাৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট। সেই লক্ষ্যত উপনীত হ’বলৈ ২০০৮ চনত প্ৰেছিডেণ্টৰ পদৰ বাবে তেওঁ বাৰাক ওবামাৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত নামিছিল। তেওঁ নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে নিজৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ হ’লে বিল ক্লিনটনৰ দৰে এগৰাকী পৰিপক্ক আৰু কৰিৎকৰ্মা ৰাজনীতিকৰ সহায়ৰ প্ৰয়োজন। গতিকে এই দূৰদৰ্শী উচ্চাকাংক্ষী মহিলাগৰাকীয়ে মনিকা কাণ্ডক গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি মোৰ ধাৰণা। {{gap}}হিলাৰী ৰোধাম ক্লিনটন এগৰাকী সফল আইনজীৱীও। মোৰ সঠিককৈ মনত পৰা নাই এষাৰ বাক্য তেওঁৰ আত্মজীৱনী Living History তে পঢ়িলো নে আন ক’ৰবাত। তেওঁ ওকালতি কৰিবলৈ প্ৰস্তুত হোৱাৰ সময়ত এজন নামকৰা আইনজীৱীয়ে হেনো তেওঁক কৈছিল, ‘তুমি ওকালতি কৰিব নোৱাৰিবা, কাৰণ তোমাৰ পত্নী নাই!’ কথাষাৰ তেওঁ ঠিকেই কৈছিল কিয়নো ই এনে এক জীৱিকা যে চৌবিশ ঘণ্টাই সেই কামত ব্যস্ত থাকিবলগীয়া হয়। বিবাহিতা মহিলাৰ বাবে সম্পূৰ্ণ সময় তেনে কামত ব্যয় কৰা অসম্ভৱ। ঘৰখন চম্ভালিবলৈ আৰু সফল আইনজীৱী হ’ব খোজাজনৰ আলপৈচান ধৰিবলৈ ঘৰত পত্নী থাকিলেহে সংসাৰৰ পৰা পূৰাপূৰি মুকলি হৈ কোনোবাই সফল আইনজীৱী হ’ব পাৰে। হিলাৰীৰ কপালত ‘পত্নী’ পোৱা অসম্ভৱ, এতেকে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/'''১৭৩'''}}</noinclude> 52a2s24lhs235bhvgoi079rngfdkc5z পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১ 104 60660 160659 160628 2022-08-12T08:02:00Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="0" user="JyotiPN" /></noinclude> {{Dhr|2em}} {{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]] |width=482 |item1={{Xxxx-larger|{{color|White|{{Rotate|180|{{Rotate|90|'''সৌৰভ কুমাৰ চলিহা'''}}}}}}}} |x1 = -60 |y1 =220 |item2= {{Right|{{Xxx-larger|{{color|Brown|চলিহাৰ চিঠি
আৰু
অন্যান্য ৰচনা}}}}}} |x2 =240 |y2 =420}} {{Dhr|2em}}<noinclude></noinclude> bpolz0iiilw2thlpouc104ohuoqciky 160660 160659 2022-08-12T08:50:44Z দিব্য দত্ত 575 proofread-page text/x-wiki <noinclude><pagequality level="0" user="JyotiPN" /></noinclude> {{Dhr|2em}} {{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]] |width=482 |item1= {{Dhr|6em}} {{Xxxx-larger|{{color|White|{{Rotate|270|'''সৌৰভ কুমাৰ চলিহা'''}}}}}} {{Dhr|6em}} |x1 = -20 |y1 =220 |item2= {{Right|{{Xxx-larger|{{color|Brown|চলিহাৰ চিঠি
আৰু
অন্যান্য ৰচনা}}}}}} |x2 =240 |y2 =420}} {{Dhr|2em}}<noinclude></noinclude> 05174bw2tbuubp80xef09wsqybxlxyb 160661 160660 2022-08-12T09:04:57Z Kuldhar Rabha 1858 proofread-page text/x-wiki <noinclude><pagequality level="0" user="JyotiPN" /></noinclude>{{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]] |width=482 |item1={{থিয়|{{xxxx-larger block|{{White|'''সৌৰভ কুমাৰ চলিহা'''}}}}}} |x1=80 |y1=105 |item2= {{Right|{{Xxx-larger|{{maroon|চলিহাৰ চিঠি
আৰু
অন্যান্য ৰচনা}}}}}} |x2=260 |y2=400 }}<noinclude></noinclude> 6qx92blihk8z9ba4p2b76c66c45bk4r 160663 160661 2022-08-12T09:25:05Z Kuldhar Rabha 1858 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Kuldhar Rabha" /></noinclude>{{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]] |width=482 |item1={{xxxx-larger block|{{থিয়|{{White|'''সৌৰভ কুমাৰ চলিহা'''}}}}}} |x1=65 |y1=105 |item2= {{Right|{{Xxx-larger|{{maroon|চলিহাৰ চিঠি
আৰু
অন্যান্য ৰচনা}}}}}} |x2=260 |y2=400 }}<noinclude></noinclude> 6nn2bwb4aohd6dyidl6t4thuz2emzfc পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৭৫ 104 60661 160664 160571 2022-08-12T09:32:13Z Kuldhar Rabha 1858 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kuldhar Rabha" /></noinclude>{{Dhr|2em}} {{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা cover page.jpg|400px|center]] |width=382 |item1= {{center|{{white|{{X-larger|চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা}}}}}}
|x1 =60 |y1 =120 |item2= {{right|{{color|white|'''সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ'''
শ্বহীদ পথ, বেলতলা, গুৱাহাটী- ২৮
www.sauravkumarchaliha.in
ফোন: ৯৮৫৪২৭১৫৮৫}}}}
|x2 =130 |y2 =450}} {{Dhr|2em}}<noinclude></noinclude> dxemx9g5xqz0lr3cno6tse4pj85exel পৃষ্ঠা:অনিমা গুহ.pdf/১৩৭ 104 60683 160629 2022-08-11T14:27:45Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 137 |bSize = 425 |cWidth = 296 |cHeight = 224 |oTop = 185 |oLeft = 77 |Location = center |Description = }} ■ {{smaller|''নিৰুপমা বৰগোহাঞিৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''১৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 50k65w9hg7186u4996rt0bymrhy03hl পৃষ্ঠা:অনিমা গুহ.pdf/১৪৫ 104 60684 160630 2022-08-11T14:30:09Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 145 |bSize = 425 |cWidth = 290 |cHeight = 212 |oTop = 191 |oLeft = 72 |Location = center |Description = }} ■ {{smaller|''অনিমেষ আৰু লেখিকা''}} |} <noinclude>{{rh|'''১৪৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 1e9202sgx849e0nizn41fp0wll4216u পৃষ্ঠা:অনিমা গুহ.pdf/১৬৭ 104 60685 160631 2022-08-11T14:32:16Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 167 |bSize = 425 |cWidth = 234 |cHeight = 320 |oTop = 123 |oLeft = 102 |Location = center |Description = }} ■ {{smaller|''জৰ্জ লেকত নৌকা বিহাৰৰ সময়ত পুত্ৰ-সৰু নাতি আৰু লেখিকা''}} |} <noinclude>{{rh|'''১৬৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> rsn6rgnpxzlumxsu5t5dvwhucjij75z পৃষ্ঠা:অনিমা গুহ.pdf/১৫১ 104 60686 160632 2022-08-11T14:34:16Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 151 |bSize = 425 |cWidth = 228 |cHeight = 306 |oTop = 126 |oLeft = 95 |Location = center |Description = }} ■ {{smaller|''এ্যনৰ লগত গ্লাছগোত লেখিকা''}} |} <noinclude>{{rh|'''১৫০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 6b4k6fj3t4pjonq563zfdz4om0rivd3 পৃষ্ঠা:অনিমা গুহ.pdf/১৫৫ 104 60687 160635 2022-08-11T18:25:16Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 155 |bSize = 425 |cWidth = 234 |cHeight = 308 |oTop = 131 |oLeft = 92 |Location = center |Description = }} ■ {{smaller|''লণ্ডনৰ বিগবেন ঘড়ীৰ তলত লেখিকা''}} |} <noinclude>{{rh|'''১৫৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> lwmep2wz40yhip732lnkf7hjtp8ocfm পৃষ্ঠা:অনিমা গুহ.pdf/১৭১ 104 60688 160636 2022-08-11T18:27:41Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 171 |bSize = 425 |cWidth = 293 |cHeight = 198 |oTop = 191 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''সামুদ্ৰিক জীৱ জেলী ফিশ্ব''}} |} <noinclude>{{rh|'''১৭০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> pve47123zugt27fphusf5oa9x4pt1p3 পৃষ্ঠা:অনিমা গুহ.pdf/১৭৩ 104 60689 160637 2022-08-11T18:30:14Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 173 |bSize = 425 |cWidth = 299 |cHeight = 203 |oTop = 185 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''কেপকডত সমুদ্ৰ যাত্ৰা''}} |} <noinclude>{{rh|'''১৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 7b76twiw5yrwr09ebpm724ep4zp57z9 পৃষ্ঠা:অনিমা গুহ.pdf/১৮৭ 104 60690 160638 2022-08-11T18:32:38Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 187 |bSize = 425 |cWidth = 296 |cHeight = 207 |oTop = 174 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সমদলত লেখিকা''}} |} <noinclude>{{rh|'''১৮৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> qoizuxj3b46397t141lq65yl7uowhq9 পৃষ্ঠা:অনিমা গুহ.pdf/১৯১ 104 60691 160639 2022-08-11T18:34:38Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 191 |bSize = 425 |cWidth = 291 |cHeight = 198 |oTop = 185 |oLeft = 77 |Location = center |Description = }} ■ {{smaller|''নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ধৰ্ণা কাৰ্যসূচীত লেখিকা''}} |} <noinclude>{{rh|'''১৯০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 8k87n6p190anytrvntqhgul286sr7ki পৃষ্ঠা:অনিমা গুহ.pdf/২২৫ 104 60692 160640 2022-08-11T18:36:46Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 225 |bSize = 425 |cWidth = 222 |cHeight = 330 |oTop = 111 |oLeft = 102 |Location = center |Description = }} ■ {{smaller|''নাতিক কোলাত লৈ পুত্ৰৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২২৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> fvuovon4m40f3zwo0x9ulby5xggpd34 পৃষ্ঠা:অনিমা গুহ.pdf/২২৯ 104 60693 160641 2022-08-11T18:38:40Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 229 |bSize = 425 |cWidth = 294 |cHeight = 216 |oTop = 173 |oLeft = 78 |Location = center |Description = }} ‌■ {{smaller|''সৰু নাতি অনুভৱৰ স্কুল চৌহদত লেখিকা'''}} |} <noinclude>{{rh|'''২২৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> oof0o5y6lwbu458e2hk900i5xy4ro91 পৃষ্ঠা:অনিমা গুহ.pdf/২৩৭ 104 60694 160642 2022-08-11T18:40:39Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 237 |bSize = 425 |cWidth = 300 |cHeight = 216 |oTop = 167 |oLeft = 74 |Location = center |Description = }} ■ {{smaller|''কেলিফৰ্নিয়াৰ মৰুভূমিত আঙুৰ খেতিৰ ওচৰত পুত্ৰৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> e0pf8x67zpikyzamktm5jzue89pj2uz পৃষ্ঠা:অনিমা গুহ.pdf/২৩৯ 104 60695 160643 2022-08-11T18:42:43Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 239 |bSize = 425 |cWidth = 297 |cHeight = 197 |oTop = 179 |oLeft = 65 |Location = center |Description = }} ■ {{smaller|''কেলিফৰ্নিয়াৰ মোজাভে মৰু অঞ্চলত স্বামী অমলেন্দু গুহৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২৩৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 6rn1g9pojxzff6illtm19mhp465fq62 পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১ 104 60696 160655 2022-08-12T07:07:03Z JyotiPN 1603 /* লিখা নথকা */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="JyotiPN" /></noinclude>{{Dhr|2em}} {{Css image crop |Image = জীৱনৰ_জোৱাৰ-ভাটাৰ_মাজেদি.pdf |Page = 1 |bSize = 425 |cWidth = 390 |cHeight = 599 |oTop = 0 |oLeft = 17 |Location = center |Description = }} {{Dhr|2em}}<noinclude></noinclude> 89gobjwor7usc1gmze1dvyjslutrl0o সাঁচ:Font-size/doc 10 60697 160662 2022-08-12T09:12:18Z Kuldhar Rabha 1858 "{{Span-based-template}} == Purpose == This template simplifies formatting text that has a specified {{font-size|150%|font-size}} in line. == Examples == === Basic === <nowiki>{{font-size|150%|font-size}}</nowiki> displays: {{font-size|150%|font-size}} === Style === <nowiki>{{font-size|150%|style=color:#FF0000|RED}}</nowiki> displays: {{font-size|150%|style=color:#FF0000|RED}} === Line-height === {| | While <no..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{Span-based-template}} == Purpose == This template simplifies formatting text that has a specified {{font-size|150%|font-size}} in line. == Examples == === Basic === <nowiki>{{font-size|150%|font-size}}</nowiki> displays: {{font-size|150%|font-size}} === Style === <nowiki>{{font-size|150%|style=color:#FF0000|RED}}</nowiki> displays: {{font-size|150%|style=color:#FF0000|RED}} === Line-height === {| | While <nowiki>{{font-size|200%|Lorem
ipsum}}</nowiki> displays |{{font-size|200%|Lorem
ipsum}} |- | <nowiki>{{font-size|200%|line-height=100%|Lorem
ipsum}}</nowiki> gives |{{font-size|200%|line-height=100%|Lorem
ipsum}} |} == Usage notes == * sizes expressed as a percentage or in 'em' will give the best results * using a size of 100% allows the template to change only the color * if the text being resized contains an equal sign it needs to be written as <nowiki>{{=}}</nowiki> ==See also== {{Help:Font size templates}} <includeonly> [[Category:Resizing templates|{{PAGENAME}}]] [[id:Templat:Font-size]] [[pl:Szablon:Rozmiar-czcionki]] </includeonly> jg31armh322uuw0xvidd2llbn7usuqs শ্ৰেণী:সৌৰভ কুমাৰ চলিহাৰ সাহিত্যকৰ্ম 14 60698 160665 2022-08-12T09:33:38Z Kuldhar Rabha 1858 Created blank page wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1