ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.23 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮ 104 29904 160783 160782 2022-08-15T10:49:52Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="অনামিকা(চুমু) বড়া" />{{Head2Columns}}</noinclude>হাত দাঙি ঘোষণা কৰিলে,—
(পৰম-তত্ব)—“সমস্ত ভূতৰে হৃদয়ত আছোঁ আমি৷
{{gap|5em}}পৰম সুহৃদ মহেশ্বৰ অন্তৰ্য্যামী"॥
{{gap|5em}}হেন বুদ্ধি কৰি সৰ্ব্বদায় জানা-মোক।
{{gap|5em}}এতেকে তৰিবা সংসাৰৰ দুখ শোক॥"
{{gap|15em}}—ভক্তি প্ৰদীপ
{{gap}}শ্ৰীশঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম দাস্যভাৱ প্ৰধান; তেওঁৰ মতে শ্ৰীকৃষ্ণই পৰম ব্ৰহ্ম, তেৱেঁই সনাতন, তেৱেঁই জ্ঞানময়, তেওঁ পুৰুষ প্ৰকৃতিৰ পব। তেওঁ নিজক কৃষ্ণ-কিঙ্কৰ বুলি য’তে ত’তে চিনাকি দি গৈছে। দাস ভাৱে কুষ্ণৰ নামগুণ অৱণ কীৰ্ত্তন কৰাকেই তেওঁ ভক্তিৰ প্ৰধান উপায় বুলি ঘোষণা কৰি গৈছে। তেওঁব মতে অন্ত দেৱ-দেৱী মিছা, কেৱল এক কৃষ্ণতেই জীৱে শৰণ লৈ তেওঁৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে সকলো সিদ্ধি হয়। এই কাৰণে আ্ৰীশঙ্কৰৰ প্ৰচাৰিত মতক এক শৰণ ঘৰ্ম্ম বোলে। খ্ৰীশঙ্কৰে আলিপুখুৰী অস্থচল বোধকৰি জ্ঞাতিসকলৰ সৈতে পূৰ্বপুকুষৰ ভেটি-বটদ্ৰৱালৈ উঠি যায় আৰু ভাত হাটি বাটি পাতি আৰু কীৰ্ত্তন ঘৰ আদি সঙ্গাই বাস কৰে। অলপ নিন পাছতেই ইয়াত হৰি-কীৰ্ত্তনৰ ৰোল বৰ বেছি হৈ উঠিল আৰু বহুতে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলে। ইয়াৰ কেইবছৰমান পাছত জীশস্কৰৰ পদ্ধী বিয়োগ হয়। তাৰ পাছতেই তেওঁ বাবঙ্গন ভক্ত লগত লৈ বাৰ বছুৰ কাল গোটেই ভাৰতৰ তীৰ্থবোৰ দৰ্শন কৰি ফুৰে। তীৰ্থৰ পৰ ঘূবি আহি বটভ্ৰৱাত কিছুদিন থকাৰ পাছত কছাবি বিজ্ৰোহ হয়; তেতিয়া ত্ৰীশঙ্কৰে জ্ঞাতিসকলৰ সৈতে উজনীলৈ যায়। উজনীৰ {{TwoColumns}} ( परम तक्त्त ) “समस्त भूतरे हृदयत आहों आमि। परम सुह्द सहश्वर अन्तर्यासी॥ हैन बुद्धि करि सर्वदाय ज़ाना मोक। एतेके तरिबा संसारर दुख शोक ४7” --( भक्निप्रदोष ) ओऔश करके प्रचारित धर्म दास्यभाव प्रधान है। उनको अनुसार जौकृष्ण हो परम ब्रह्म है। बे हो सनातन, तथा च्ञानमय हैं। वे पुरुष प्रकृततिसे परे हैं। वे अपने को कृष्ण- किकर कह कर प्रचार किया है। दास भावसे नामगुण श्बण कोर्त्तन करनाहो भक्तिका प्रधान भार्ग बतलाया है। उनके मतानुसार केवल एक कृष्णको हो शरण लेकर उसीका नाम गुण तथा अवण कौत्तन करनेसे सर्व सिद्धि प्राप्त होगो। इस लिये श्रोशंकरक प्रचारित मतको “एक शरण धरम” कहते हैं। औश कर 'आलिपुखुरी को अनुपयुक्त स्थान समझते हइये अपने संबधियो' साथ बटद्रवाकों चले गये और इसमें हाट, बाट बनाकर और कौत्तन-घर आदि बनवाकर बास करने लगे। बोड़े दिनो को बाद प्रचारक बाहल्यको कारण ज्यादा लोगोंने शिष्यत्व अचहण किया। कुछ साल बाद उनको पत्नो चल बसो। बादमे' वे . अपने १२ भक्तों साथ १९ बरसो' तक सारे भारतवर्षमे' तोर्थ स्त्रममण करते रहे। भ्रमणको बाद बटद्रवा लौट आये और वहाँ रहे। कुछ दिन रहनेक बाद कछारी जातिसें गदर हुवा; तब ओऔकरदेव संबधियों साथ “उजनो”को चलेगये। उजनोमे' कई जगहोंसे रहकर आखोरकार धुजांहाटसे रहने लगे।<noinclude>{{Foot2Columns}}</noinclude> 924hciqgzgux5n0batb2fjgqglvayop