ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.25
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
লেখক:শ্ৰীৰাম আতা
102
50688
160944
145546
2022-08-19T19:13:13Z
উৎপল নাৰায়ণ গোস্বামী
3011
wikitext
text/x-wiki
{{author
|firstname = শ্ৰীৰাম
|middlename =
|lastname = আতা
|fast_initial =
|birthyear =
|deathyear =
|description = শ্ৰীৰাম আতা হল ভবানীপুৰীয়া গোপাওআতাৰ প্ৰধান শিষ্য আৰু উত্তৰাধিকাৰী তথা কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰাদি সত্ৰৰো দায়িত্ব পালন কৰিছিল।তেখেতে উজনি অসমলৈ গৈ মাজুলীত ১৬৪৩ চনত আহঁতগুৰি সত্ৰ স্থাপন কৰিছিল। কিন্তু আহোম ৰজাই তেওঁক ভাটিৰ মানুহ বুলি মাজুলীত থাকিব নিদিয়াত পুনৰ কালঝাৰ সত্ৰতে গোটেই জীৱন পাৰ কৰে। তেওঁৰ প্ৰয়াণৰ পিছত তেওঁৰ পুত্ৰ ৰামানন্দ দ্বিজ কালঝাৰ সত্ৰৰ তৃতীয়জনা সত্ৰাধিকাৰ হয়। আনজন পুত্ৰ পৰমানন্দ পোৰাভৰাঁল সত্ৰৰ সত্ৰাধিকাৰ হয়। পৰৱৰ্তী সময়ত ৰামানন্দ আহঁতগুৰি সত্ৰলৈ আহে পৰমানন্দই কলিয়াবৰত আমগুৰি সত্ৰ প্ৰতিষ্ঠা কৰি । পিছত কৰতিপাৰ সত্ৰও বিস্তাৰ হয়।শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাতা হিচাপেও জনা যায়। তেওঁক সেয়ে দুটা নামেৰে জনা যায় কালঝৰীয়া শ্ৰীৰাম আতা আৰু আহঁতগুৰীয়া শ্ৰীৰাম আতা।ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, ড॰ বিৰিঞ্চিকুমাৰ বৰুৱাৰ মতেও শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাপক। ড॰ মহেশ্বৰ নেওগো এই কথাত একমত। শ্ৰীৰাম আতাৰ সময় ষষ্ঠ দশ শতিকাৰ শেষ দশক আৰু সপ্তদশ শতিকাৰ আদিভাগ অৰ্থাত ১৬৫০ চনৰ পূৰ্বভাগ বুলিকবপাৰি। শ্ৰীৰাম আতাক গোপালদেৱৰ দেহাৱসানৰ লগে লগে কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ বিষয় বাব দিয়া হৈছিল। শ্ৰীৰাম আতাই '[[সুভদ্ৰা হৰণ]]' নাট ৰচনা কৰে।আৰু অসংখ্য গীত ৰচনা কৰিছিল।
|image =
|wikipedia_link =
|wikiquote_link =
|commons_link =
}}
[[শ্ৰেণী:লেখক]]
bv80z34fgo739959xor77c17p5dd4pv
160945
160944
2022-08-19T19:14:52Z
উৎপল নাৰায়ণ গোস্বামী
3011
wikitext
text/x-wiki
{{author
|firstname = শ্ৰীৰাম
|middlename =
|lastname = আতা
|fast_initial =
|birthyear =
|deathyear =
|description = শ্ৰীৰাম আতা হল ভবানীপুৰীয়া গোপালআতাৰ প্ৰধান শিষ্য আৰু উত্তৰাধিকাৰী ।তেখেত কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰো। তেখেতে কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰাদি সত্ৰৰো দায়িত্ব পালন কৰিছিল।তেখেতে উজনি অসমলৈ গৈ মাজুলীত ১৬৪৩ চনত আহঁতগুৰি সত্ৰ স্থাপন কৰিছিল। কিন্তু আহোম ৰজাই তেওঁক ভাটিৰ মানুহ বুলি মাজুলীত থাকিব নিদিয়াত পুনৰ কালঝাৰ সত্ৰতে গোটেই জীৱন পাৰ কৰে। তেওঁৰ প্ৰয়াণৰ পিছত তেওঁৰ পুত্ৰ ৰামানন্দ দ্বিজ কালঝাৰ সত্ৰৰ তৃতীয়জনা সত্ৰাধিকাৰ হয়। আনজন পুত্ৰ পৰমানন্দ পোৰাভৰাঁল সত্ৰৰ সত্ৰাধিকাৰ হয়। পৰৱৰ্তী সময়ত ৰামানন্দ দ্বিজ ১৬৭৩ চনত আহঁতগুৰি সত্ৰলৈ আহে পৰমানন্দই কলিয়াবৰত আমগুৰি সত্ৰ প্ৰতিষ্ঠা কৰি । পিছত কৰতিপাৰ সত্ৰও বিস্তাৰ হয়।শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাতা হিচাপেও জনা যায়। তেওঁক সেয়ে দুটা নামেৰে জনা যায় কালঝৰীয়া শ্ৰীৰাম আতা আৰু আহঁতগুৰীয়া শ্ৰীৰাম আতা।ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, ড॰ বিৰিঞ্চিকুমাৰ বৰুৱাৰ মতেও শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাপক। ড॰ মহেশ্বৰ নেওগো এই কথাত একমত। শ্ৰীৰাম আতাৰ সময় ষষ্ঠ দশ শতিকাৰ শেষ দশক আৰু সপ্তদশ শতিকাৰ আদিভাগ অৰ্থাত ১৬৫০ চনৰ পূৰ্বভাগ বুলিকবপাৰি। শ্ৰীৰাম আতাক গোপালদেৱৰ দেহাৱসানৰ লগে লগে কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ বিষয় বাব দিয়া হৈছিল। শ্ৰীৰাম আতাই '[[সুভদ্ৰা হৰণ]]' নাট ৰচনা কৰে।আৰু অসংখ্য গীত ৰচনা কৰিছিল।
|image =
|wikipedia_link =
|wikiquote_link =
|commons_link =
}}
[[শ্ৰেণী:লেখক]]
db4e1m5lduahtrjwe8c1xvmehghvv8y
সদস্য বাৰ্তা:উৎপল নাৰায়ণ গোস্বামী
3
60720
160946
2022-08-20T11:19:03Z
Chiring chandan
199
"{{Welcome}}" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{Welcome}}
ro6pnt2k1ojr69txbw95qtj7xii5ey0